Skip to main content

Posts

Showing posts from January, 2020

Hip Hop Bachao Abhiyan - Van M, Memo, Awkward Lyrics

Hip Hop Bachao Abhiyan - Van M, Memo, Awkward Lyrics Singer Van M, Memo, Awkward Singer Van M, Memo, Awkward Music Vivek Song Writer Van M, Memo, Awkward HOOK Jiwan mai jab v mai khoya thaa asha Bolna mai sikha tab hip hop ka bhasha Diya jab bohoto ne jhuta dilasa Bas hip hop k jariye mai kiya khulasa Bhatke thee sadko pa pyasa aur bhukha dar dar k thokre jab khaya tab sikha Bohoto ne roka aur bohoto ne touka par hip hop hi jiwan ka aankhri hai mauka MEMO VERSE LAMBE WAQT SE MAI DEKH RAHA LAKSHAN HIP HOP KI SANRAKHSAN AAJ HAMARE 6 HATHOON MAI GALA GHOT DU YA VIRAL KAR DU SCANDAL HIP HOP BACHAO ABHIYAN NA HOGA INN LUTERO SE EMINEM, KANYE WEST, JAY Z, TUPAC AVI K JAISE YE KAVI NI KARTE THEE, GANDAGI NAHI THII, ASLI HIP HOP HAA MAINE JEENA SIKHA, KUCH NAYA KARNA SIKHA AAJ K BACCHE YE, DUDH K DAANT PE, FAME K LAT PE YE KARTE TIKTOK GANDA KARNA, SAAF KARNA PATI PATNI KA BANDHAN COLGATE BECHE KAJOL , VIMAL BECHE AJAY DEVGAN GUCCI K POSHAK HAI

Khin Min Lora - Kool D Lyrics

Khin Min Lora - Kool-D Lyrics Singer Kool-D Singer Kool-D Music Prod. 27corazones beats Song Writer Kool-D Lyrics (ক্ষীণ-মিন ল'ৰা ভাত পানী খোৱা নাই মই তিন-দিন পৰা প্ৰেম কৰি কথা দিলো কিনি -দিম তৰা হঠাৎ আহি ওলালেহি ভিন-ভিন দৰা )×2 এংকৰী বেংকৰী , ঘূৰিফুৰোঁ জেংকৰি জপিঁয়াব খুজোঁতেই ভাগিছিলে ঠেংভৰি সন্ধিয়া জোহালত জ্বলাই লৈ জেংখৰি কত' মিছা শপত খালো ,আঙুলিটো লেং ধৰি লাহে লাহে ডাঙৰ হলো , ঠগ খালো প্ৰেমকৰি বিয়া বাৰু নাপাতো মই নালাগে মোক শ্ৰীমতী শুকান মোৰ জীৱনটো জ্বলি যাব ফিৰিঙটিত এনেই বহু দূৰবাট তাতে মোৰ ধীমি-গতি মোক লাগে লগৰ কেইটা খেলিবলৈ তিনিপট্টি তথাপিটো আজিলৈকে কৰা নাই মই মদ্য-পান অভ্যাসটো লাগি গলে এৰাবলৈ বদ্য-টান সিৰে সিৰে হিপ হপ মই অপদীয়া পদ্য- গাম নাজানো মোৰ কৰ পৰা আহিল এনে শব্দ-জ্ঞান ক্ষীণ-মিন ল'ৰা ভাত পানী খোৱা নাই মই তিন-দিন পৰা প্ৰেম কৰি কথা দিলো কিনি -দিম তৰা হঠাৎ আহি ওলালেহি ভিন-ভিন দৰা চিধা নৰ্থ লখিমপুৰ ,ঘৰ মোৰ নকাৰী আজি কোৱা কথা কেইটা নহয় পিছে দৰকাৰী ৰঙানদীৰ পাৰত মোৰ আচল ঘৰ কদমিয়াল এপাক মাৰি চাবা তাত মানুহ কিমান

Minimi - Gom Pabi Roh Lyrics (Gucci Gang Remix)

Minimi - Gom Pabi Roh (Gucci Gang Remix) - Minimi. Lyrics Singer Minimi. Singer Minimi. Music Assamese Remix of Gucci Gang by Lil Pump Song Writer Minimi গম পাবি ৰ' গম পাবি ৰ' গানৰ নামত বিয়পাইছ ভণ্ডামি তহঁতে অতি শীঘ্ৰে গম পাবি ৰ' গম পাবি ৰ' চাই থাক গম পাবি ৰ' Guess what Real Hip Hop আনি আছোঁ অসমত চাই থাক তহঁতে গম পাবি ৰ' ফেচবুক আৰু ইউটিউব খুলি চা দেখিবি সকলোতে artist ৰ উঠিছে উজান গোটেই অসমৰ চুকে কোণে শিল্পী ভৰি পৰিছে, প্ৰতিটো পৰিয়ালে ৰাখিছে বিধান Guess what jioই দিলে free 4g মানে তই যি কৰ কৰি উঠি ইউটিউব মাৰ কিছু চাল মাৰি বিহুৰ মাজত rap কৰি যা Rap নোৱাৰিলেও rapৰ তই rape কৰি যা ছোৱালী, গাড়ী, মদ আৰু পাৰ্টি আমাৰ rapper বাবুৰ জীৱন একদম page 3 Common মানুহৰ লগত তাৰ মেল নাই ইফালে বেটাৰ খাবলে মিঠাতেল নাই নাই বোলে তাৰ ঘৰত এপোৱা দাইল Sunglass পিন্ধে ৰাতি নেৰে সি style দুটকীয়া গানৰ মাজত বকে আঠ লাইন তাকে কৰি ভাবে, ছোৱালীয়ে দিব লাইন মক্কেল! What The Fuck is থোৰা থোৰা চেল্ফি Vimal খাই শ্বিলঙ ফুৰি থাক বেল্টি অটোৱালা যদি অ

Minimi - Bangladeshi Lyrics

Minimi - Bangladeshi - Minimi Lyrics Singer Minimi Singer Minimi Music S. Siddhartha Song Writer Minimi বহু দেখিলোঁ, বহু শুনিলোঁ কিন্তু এতিয়া, কোৱাৰ সময় আহি পৰিছে আৰু চকু মুদা কুলি হৈ নাথাকোঁ, সকলো কথা খুলি ক'ম লাচিতৰ দেশত আজি লাগিলে কলংক নেতা হ'ল পেটুৱা, কৃষক উলংগ দুই বছৰতে হ'ব দেশ ধ্বংস নাথাকিব বুলিবলে অসমীয়া বংশ য'তে চাওঁ দেখোঁ মাথোঁ হাহাকাৰ Busy আছে সকলো, কোনে শুনে কাৰ সকলোৰে বাবে যদি এক অধিকাৰ তেন্তে কোর্ট কাছাৰীৰ কি দৰকাৰ চৰকাৰ, শুই আছে নেকি অসমতে আনি বোলে ভৰাব বিদেশী তুলি লওঁ যদি হেংদাং, দাঙি ঠেং, এৰি লুঙী পলাব বাংলাদেশী নাই জাতিভেদ হিন্দু-মুছলিম আমি ভাই ভাই এৰি দিম অসমক? নাই নাই অতিথি ভগৱান আমাৰ কাৰণে কিন্তু বহিৰাগতক মাৰ ধাই ধাই কাটি কৰিম দুছেও যদি উঠে প্ৰশ্ন আই মাতৃৰ অস্তিত্বৰ ওপৰত সকলোৰে ঘৰত আছে তৰোৱাল, আছে ধাৰ, আছে কাৰ মৰ-সাহ পাহুৱাল অসমীয়া ওলাই আহ কৰোঁ আমি লুইত ৰক্তাক্ত নহ'লে হ'ব অসম ইতিহাস নাথাকিব ক'বলে বৃত্তান্ত এটকীয়া মন্ত্ৰী, দুটকীয়া শাসন তিনি টকাৰ চাউল, চাৰি টকাৰ ভাষণ আজি তেওঁলোকে লৈছে আ

Porisoy Lyrics - Chinmoy New Breed, Minimi, Akhu & Rapshotz Lyrics

Porisoy - Chinmoy New Breed, Minimi, Akhu & Rapshotz Lyrics Singer Chinmoy New Breed, Minimi, Akhu & Rapshotz Singer Culture Theory Music S2HARD Song Writer Chinmoy New Breed, Minimi, Akhu & Rapshotz LYRICS [AKHU] Hey muk lage chain, muk lage dhon Muk lage brain, muk lage fame Muk lage prem, muk lage brand, Muk lage big, I mean a mansion Xoru xopun dekhar mon nai, So follow passion Gaan bonai thaku xodai, I need an answer Xobdo di juju xodai, Like I am Vandom Music system volume borhai, Koru moi break dance Hey, muk lage joy, muk lage jeet, Muk lage bhoy, cuz' I'm on a killing spree I'm about to kill every fake artist for Free I'm not a pop star, obviously That means I go hard Hey, tuk lage gay, lei lei sei sei Tur mukh nalagu moi, get outta my way I'm about to bury you & your music in grave GHY32, We the gang That's what stay for everyday Till we die [MINIMI] Bohutu kelehuwai dhorisile rapper