Skip to main content

Minimi - Gom Pabi Roh Lyrics (Gucci Gang Remix)


Minimi - Gom Pabi Roh (Gucci Gang Remix) - Minimi. Lyrics


Singer Minimi.
Singer Minimi.
Music Assamese Remix of Gucci Gang by Lil Pump
Song Writer Minimi
গম পাবি ৰ'
গম পাবি ৰ'
গানৰ নামত বিয়পাইছ ভণ্ডামি
তহঁতে অতি শীঘ্ৰে গম পাবি ৰ'
গম পাবি ৰ'
চাই থাক
গম পাবি ৰ'
Guess what
Real Hip Hop আনি আছোঁ অসমত
চাই থাক
তহঁতে গম পাবি ৰ'

ফেচবুক আৰু ইউটিউব খুলি চা
দেখিবি সকলোতে artist ৰ উঠিছে উজান
গোটেই অসমৰ চুকে কোণে শিল্পী
ভৰি পৰিছে, প্ৰতিটো পৰিয়ালে ৰাখিছে বিধান
Guess what jioই দিলে free 4g
মানে তই যি কৰ কৰি উঠি ইউটিউব মাৰ
কিছু চাল মাৰি বিহুৰ মাজত rap কৰি যা
Rap নোৱাৰিলেও rapৰ তই rape কৰি যা
ছোৱালী, গাড়ী, মদ আৰু পাৰ্টি
আমাৰ rapper বাবুৰ জীৱন একদম page 3
Common মানুহৰ লগত তাৰ মেল নাই
ইফালে বেটাৰ খাবলে মিঠাতেল নাই
নাই বোলে তাৰ ঘৰত এপোৱা দাইল
Sunglass পিন্ধে ৰাতি নেৰে সি style
দুটকীয়া গানৰ মাজত বকে আঠ লাইন
তাকে কৰি ভাবে, ছোৱালীয়ে দিব লাইন
মক্কেল! What The Fuck is থোৰা থোৰা চেল্ফি
Vimal খাই শ্বিলঙ ফুৰি থাক বেল্টি
অটোৱালা যদি অটোৱেই চলাই থাক না
গান গাই কিয় ফালি আছ চেণ্টি!
ফালি আছ চেণ্টি
যদি মগজ আছে শুনি ল তই ধ্যান দি
খেদি পঠিয়াবৰ হ'ল আৰু তহঁতক
Today I feel like মহাত্মা গান্ধী

গম পাবি ৰ'
গম পাবি ৰ'
গানৰ নামত বিয়পাইছ ভণ্ডামি
তহঁতে অতি শীঘ্ৰে গম পাবি ৰ'
গম পাবি ৰ'
চাই থাক
গম পাবি ৰ'
Guess what
Real Hip Hop আনি আছোঁ অসমত
চাই থাক
তহঁতে গম পাবি ৰ'

আৰু মৰমৰ অসমবাসী ৰাইজ
আপোনালোকৰেইটো আছে বৃহৎ অৱদান
গানৰ নামত যি তি শুনি নাচিছে, গাইছে
ল'ব দিছে মক্কেলবোৰক আগস্থান
আজি ভূপেন কঁকাইও চাগে চকুলো টুকিছে
ক'ত হৈ গ'ল ভুল এবাৰ ভাবি চাওক
আৰু যদি বিচাৰিছে পৰিৱৰ্তন
তেতিয়াহ'লে একেমুখে মোৰ লগত গাওঁক
গম পাবি ৰ'


Comments

Popular posts from this blog

Khin Min Lora - Kool D Lyrics

Khin Min Lora - Kool-D Lyrics Singer Kool-D Singer Kool-D Music Prod. 27corazones beats Song Writer Kool-D Lyrics (ক্ষীণ-মিন ল'ৰা ভাত পানী খোৱা নাই মই তিন-দিন পৰা প্ৰেম কৰি কথা দিলো কিনি -দিম তৰা হঠাৎ আহি ওলালেহি ভিন-ভিন দৰা )×2 এংকৰী বেংকৰী , ঘূৰিফুৰোঁ জেংকৰি জপিঁয়াব খুজোঁতেই ভাগিছিলে ঠেংভৰি সন্ধিয়া জোহালত জ্বলাই লৈ জেংখৰি কত' মিছা শপত খালো ,আঙুলিটো লেং ধৰি লাহে লাহে ডাঙৰ হলো , ঠগ খালো প্ৰেমকৰি বিয়া বাৰু নাপাতো মই নালাগে মোক শ্ৰীমতী শুকান মোৰ জীৱনটো জ্বলি যাব ফিৰিঙটিত এনেই বহু দূৰবাট তাতে মোৰ ধীমি-গতি মোক লাগে লগৰ কেইটা খেলিবলৈ তিনিপট্টি তথাপিটো আজিলৈকে কৰা নাই মই মদ্য-পান অভ্যাসটো লাগি গলে এৰাবলৈ বদ্য-টান সিৰে সিৰে হিপ হপ মই অপদীয়া পদ্য- গাম নাজানো মোৰ কৰ পৰা আহিল এনে শব্দ-জ্ঞান ক্ষীণ-মিন ল'ৰা ভাত পানী খোৱা নাই মই তিন-দিন পৰা প্ৰেম কৰি কথা দিলো কিনি -দিম তৰা হঠাৎ আহি ওলালেহি ভিন-ভিন দৰা চিধা নৰ্থ লখিমপুৰ ,ঘৰ মোৰ নকাৰী আজি কোৱা কথা কেইটা নহয় পিছে দৰকাৰী ৰঙানদীৰ পাৰত মোৰ আচল ঘৰ কদমিয়াল এপাক মাৰি চাবা তাত মানুহ কিমান ...

Gondogul - Kool-D Lyrics

Gondogul - Kool-D Lyrics Singer Kool-D Singer Kuldeep Saikia Music Kuldeep Saikia Song Writer Kuldeep Saikia মোৰ শিতানত গাৰু , তাতে শুই ভাবিছোঁ ইকাণৰ কথাটো কেনেকৈ সিকাণত পালেগৈ বাৰু, দুকমুকালিতে কুকুৰাই ডাকুতে , মায়ে লগালে চোতালত ঝাড়ু , বেলি মূৰ পালেহি উঠিবৰ খবৰ নাই দেচোন দুচৰ মান দুগালত মাৰো, ভিতৰত দেখিছোঁ চিতলৰ বাকলি আইতাৰ হাতৰ পিতলৰ খাৰুত , বিফল মানুহৰ বিকল জীৱনত যুঁজখন অলপমান শীতল হল আৰু । মই কৈদিলোঁ কথাবোৰ খোলাখুলি তোৰ ভাগত পৰিব ঘুলাকণী অদলাই বদলাই মৰমবোৰ জুখোঁতে সাৱধান ভাঙিব তুলাচনী লাগে মোক বাৰিষা পথাৰত বোকাত নামিলৈ কঠীয়া তুলাজনী । সৱতে লাগিলে গণ্ডগোল বামুনে মাতিলে মন্ত্ৰ ভুল Rap টো গাবলৈ জিভাখন নুঘূৰে Beat টো নিমিলে ছন্দভুল একেটা শাৰীত নুকীয়াই জুকীয়াই কথাবোৰ ভৰালে ঠেকেছা মাৰি বেকেটা হাঁহি মুখতে মাৰিলে গোটখা এপেকেত কেটেপা মাৰি ক্ষীণ মিন লৰাৰ বাবেও কোনোবাই বিচাৰিছোন এজনী চেপেটা নাৰী গৰমৰ দিনতে ফেনৰে তলতে বহিলৈ আৰাম লেপেট খাই ধাৰীত এখেতৰ কথাটো তেখেতক লগালে ব্ৰেকেতৰ ভিতৰত সোমালে জ্ঞানৰে টোপোলা , সমাজখন ফোঁপোলা ,আকাশখন শুকুলা ,...

Hip Hop Bachao Abhiyan - Van M, Memo, Awkward Lyrics

Hip Hop Bachao Abhiyan - Van M, Memo, Awkward Lyrics Singer Van M, Memo, Awkward Singer Van M, Memo, Awkward Music Vivek Song Writer Van M, Memo, Awkward HOOK Jiwan mai jab v mai khoya thaa asha Bolna mai sikha tab hip hop ka bhasha Diya jab bohoto ne jhuta dilasa Bas hip hop k jariye mai kiya khulasa Bhatke thee sadko pa pyasa aur bhukha dar dar k thokre jab khaya tab sikha Bohoto ne roka aur bohoto ne touka par hip hop hi jiwan ka aankhri hai mauka MEMO VERSE LAMBE WAQT SE MAI DEKH RAHA LAKSHAN HIP HOP KI SANRAKHSAN AAJ HAMARE 6 HATHOON MAI GALA GHOT DU YA VIRAL KAR DU SCANDAL HIP HOP BACHAO ABHIYAN NA HOGA INN LUTERO SE EMINEM, KANYE WEST, JAY Z, TUPAC AVI K JAISE YE KAVI NI KARTE THEE, GANDAGI NAHI THII, ASLI HIP HOP HAA MAINE JEENA SIKHA, KUCH NAYA KARNA SIKHA AAJ K BACCHE YE, DUDH K DAANT PE, FAME K LAT PE YE KARTE TIKTOK GANDA KARNA, SAAF KARNA PATI PATNI KA BANDHAN COLGATE BECHE KAJOL , VIMAL BECHE AJAY DEVGAN GUCCI K POSHAK HAI ...